সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো আশ্চর্যজনক ্ বা অদ্ভূত কাম বা ব্যাপাৰ যি সাধাৰণতে দেখিবলৈ পোৱা নাযায় আৰু যাক অলৌকিক আৰু অসম্ভৱ বুলি জনা যায়
উদাহরণ : পাগল মানুহজনক ভাল কৰি বাবাজীজনে চমৎকাৰ কৰি দিলে
সমার্থক : অদ্ভুত কাম, অবাক, আচৰিত, চমক, চমৎকাৰ, তবধ, বিস্ময়
অর্থ : যি বিশেষ লক্ষণযুক্ত
উদাহরণ : মৎস্যকন্যা এক অসাধাৰণ জীৱ
সমার্থক : অত্যাশ্চার্য, অদ্ভূত, অপূর্ব, অভিনৱ, অভূতপূর্ব, অসাধাৰণ, আজব, আজৱ, চমকপ্রদ, বিচিত্র, বিস্ময়াবহ, ্ আশ্চর্যজনক
ইনস্টল