অর্থ : কোনো নগৰ বা দেশ আদিত বসতি কৰি অহা মানুহৰ সর্বমুঠ সংখ্যা
উদাহরণ :
ভাৰতৰ জনসংখ্যা তীব্রগতিত বাঢ়িবলৈ ধৰিছে
সমার্থক : জনসংখ্যা
অর্থ : কোনো ঠাইত থকা বা বসবাস কৰা কোনো জীৱ মুঠ সংখ্যা
উদাহরণ :
ভাৰতবর্ষত ্বাঘৰ জনসংখ্যা দিনে-দিনে কমি আহিবলৈ ধৰিছে
সমার্থক : জনসংখ্যা
অর্থ : বসতি কৰা কার্য বা অৱস্থা
উদাহরণ :
ভূমিকম্পত ঘন আবাদী থকা অঞ্চলত বহুত ক্ষয়-ক্ষতি হʼল