অর্থ : পোস্তা বা আফুগছৰ দানা
উদাহরণ :
আফুগুটিৰ ব্যৱহাৰ মছলা হিছাপে কৰা হয়
সমার্থক : আফুগুটি, পোস্তা, পোস্তাদানা
অর্থ : আফুগছৰ আঠাৰ তিতাসোৱাদৰ নিচাযুক্ত বিষাক্ত অংশ
উদাহরণ :
সুৰেশৰ আফিং নোখোৱালৈকে টোপনি নাহে
সমার্থক : আফিং