অর্থ : অকস্মাৎ হোৱা
উদাহরণ :
সোহনৰ আকস্মিক মৃত্যুৱে তেওঁৰ পৰিয়ালক পংগু কৰি তুলিলে
সমার্থক : অতর্কিত ; অপ্রত্যাশিত, অনপেক্ষিত
অর্থ : অনতি পলমে বা অতি খৰ খেদাকৈ
উদাহরণ :
তেওঁ আকস্মিক বক্তৃতা প্রতিযোগিতাত ভাগ লʼলে