অর্থ : যি হাথিয়াৰৰ দ্বাৰা কোনো বস্তু দলিওৱা হয়
উদাহরণ :
তোপ, বন্দুক, ধনু আদিবোৰ অস্ত্র
অর্থ : যুদ্ধৰ আহিলা বা সা-সৰঞ্জাম:ভাৰতে বিদেশৰ পৰা অস্ত্র-শস্ত্র ক্রয় কৰে
উদাহরণ :
সমার্থক : অস্ত্র-শস্ত্র, অস্ত্র-সম্ভাৰ, আয়ুধ, যুদ্ধাস্ত্র, হাতিয়াৰ, হাথিয়াৰ