সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিটো সমতল নহয়
উদাহরণ : তেওঁ খেতি কৰিবৰ কাৰণে ওখোৰা-মোখোৰা মাটিখিনি সমান কৰি আছে
সমার্থক : অসমতল, উখ-চাপৰ, ওখোৰা-মোখোৰা
অর্থ : যাৰ উপৰিভাগ ঠায়ে ঠায়ে ওখ-চাপৰ
উদাহরণ : বাঢ়ৈয়ে খহটা পাটখনক ৰাণ্ডা মাৰি মিহি কৰিছে
সমার্থক : খহটা, ৰুক্ষ
ইনস্টল