সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি অদৰকাৰেৰে পূর্ণ
উদাহরণ : অদৰকাৰী কথাবোৰ কৈ নাথাকিবা
সমার্থক : অদৰকাৰী, অনাৱশ্যকীয়, অলাগতিয়াল, অলাগতীয়া অপ্রয়োজনীয়, নলগা-, যা-তা, লাপি-লুপা
অর্থ : যিটো উচিত বা যুগুত নহয়
উদাহরণ : তেওঁৰ অনুচিত কথাই এই কাজিয়াৰ কাৰণ
সমার্থক : অনুচিত, অন্যায়, অযথার্থ, অযুগুত, অসজ, অসমীচীন, ন্যায়বিৰুদ্ধ, ভুল
ইনস্টল