অর্থ : বেয়া লক্ষণ বা চিন
উদাহরণ :
ঘৰৰ পৰা ওলোৱা সময়ত কোনোবাই হাচিওৱা অশুভ লক্ষণ বুলি ধৰা হয়
সমার্থক : কুলক্ষণ
অর্থ : যি লক্ষণ অশুভৰ পৰিচায়ক
উদাহরণ :
ৰামে লংকাত প্রবেশ কৰোতেই অশুভ লক্ষণে দেখা দিলে
সমার্থক : অমংগল