অর্থ : কম বা সামান্য বুদ্ধিযুক্ত
উদাহরণ :
অল্পজ্ঞ বিদ্যার্থীসকলক পঢ়াবৰ বাবে শিক্ষকসকলে অধিক পৰিশ্রম কৰিব লাগে
সমার্থক : অল্পজ্ঞানী, অল্পবুদ্ধি, ভোদা
অর্থ : যি ভাল জ্ঞাতা নহয়
উদাহরণ :
অল্পজ্ঞ ব্যক্তিক এনে গূঢ় কথা শুনি কি লাভ হʼব?
অর্থ : যাৰ বহুত কম বা অলপ জ্ঞান থাকে
উদাহরণ :
অল্পজ্ঞানী ব্যক্তি জ্ঞানী আৰু মূর্খৰ ্মাজত থাকে
সমার্থক : অল্পজ্ঞানী