সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিটো ব্যৱহাৰত লগোৱা হোৱা নাই
উদাহরণ : তেওঁ অব্যৱহৃত বস্তুবোৰ দুখীয়াৰ মাজত বিলাই দিলে
সমার্থক : অপ্রযুক্ত, অভুক্ত
অর্থ : যিটো প্রচলিত নহয়
উদাহরণ : তুমি সদায় অপ্রচলিত সাজ-পোছাকেই কিয় পিন্ধা ?
সমার্থক : অপ্রচলিত, নচলা, পুৰণিকলীয়া, পুৰাতন, প্রচলনহীন
ইনস্টল