সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : নিজৰ স্থানৰ পৰা আঁতৰ্াই দিয়া
উদাহরণ : তেওঁ ্ স্থানচ্যুত বস্তুবোৰ আকৌ নিজৰ নিজৰ ঠাইত ৰাখিছিল
সমার্থক : অপসৃত, দূৰীকৃত, দূৰীভূত, স্থানচ্যুত, স্থানান্তৰিত
অর্থ : যাক চাকৰিৰ পৰা বা নিজৰ পদৰ পৰা আঁতৰোৱা হৈছে
উদাহরণ : নিলম্বিত ্ কর্মচাৰীসকলে পুনৰ সংস্থাপনৰ কাৰণে উচ্চ ন্যায়লয়ত আবেদন কৰিছে
সমার্থক : খেদা-খোৱা, নিলম্বিত, পদচ্যুত, বর্খাস্ত, বৰখাস্ত
ইনস্টল