সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : বোকা বা পংক নোহোৱা এক অৱস্থা
উদাহরণ : পদুম বোকাত ফুলিও অপংকিল হৈ থাকে
সমার্থক : অপংকিল, পংকহীন, পংকৰহিত, পঙ্কহীন
অর্থ : যʼত কোনো ময়লা বা কলুষতা নাই
উদাহরণ : শুদ্ধ অন্তৰেৰে ঈশ্বৰক স্মৰণ কৰিব লাগেজুৰিৰ পানী নি্র্মল
সমার্থক : অপংকিল, অমলিন, কলুষহীন, চাফা, নি্র্মল, পবিত্র, প্রাঞ্জল, পৰিষ্কাৰ, বিমল, বিশুদ্ধ, শুদ্ধ, স্বচ্ছ
ইনস্টল