অর্থ : কোনো কথা বা কামত সন্মতি আদায়ৰ কাৰণে সন্মান সহকাৰে জনোৱা এক কার্য
উদাহরণ :
কাৰোবাৰ অনুৰোধক নেওচা দিয়াটো ভাল কথা নহয়
অর্থ : কাৰোবাৰ হকে কোনোৱে কৰা অনুকূল অনুৰোধ
উদাহরণ :
দলপতি মহোদয়ে চাকৰিৰ কাৰণে উপায়ুক্তক অনুৰোধ কৰিলে
সমার্থক : ফৰমাইচ
অর্থ : কাৰোবাৰ পৰা কিবা কৰিবৰ কাৰণে নম্রতা সহকাৰে কৰা নিবেদন
উদাহরণ :
চকিদাৰজনে ছুটী মঞ্জুৰিৰ কাৰণে বিষয়াজনৰ ওচৰত প্রার্থ্্না জনালে
সমার্থক : প্রার্থ্্না, মিনতি
অর্থ : বিশেষভাৱে আজ্ঞা দি বা অনুৰোধ কৰি কৰোৱা, মগোৱা বা তৈয়াৰ কৰোৱা
উদাহরণ :
আমি ৰেডিঅʼত অনুৰোধৰ গান শুনি আছোঁ