চাকনৈয়া (বিশেষ্য)
পানীৰ ঢৌ এটা কেন্দ্রত পাক খাই ঘূৰি থকা প্রবাহ
কথাছবি (বিশেষ্য)
চলমান ছবিৰ দ্বাৰা কোনো এক ঘটনাৰ আলমত তৈয়াৰ কৰা মনোৰঞ্জনৰ এক সবাক মাধ্যম
উপ-শিৰোনাম (বিশেষ্য)
মূল শিৰোনামৰ ব্যাখ্যার্থে দিয়া ওপৰঞ্চি শিৰোনাম
অজমূর্খ (বিশেষ্য)
যাৰ বুদ্ধি নাই বা কম
নৱৰত্ন (বিশেষ্য)
মুকুতা, মাণিক, ্বৈদুর্য, ্গোমেদ, হীৰা, প্রৱাল, পদ্মৰাগ, মৰকত আৰু নীলকান্ত- এই নবিধ ৰত্ন
চালচলন (বিশেষ্য)
কাৰোবাৰ ধৰণ-কৰণ বা তেওঁৰ ্ দ্বাৰা কৰা কামৰ আলেখ-লেখ
দেৱানী গোচৰ (বিশেষ্য)
ধন বা অর্থৰ সৈতে সম্বন্ধিত মোকর্দম্া
অৰিয়া-অৰি (বিশেষ্য)
কোনো বস্তু পাবৰ কাৰণে সমপর্যায়ৰ দলৰ মাজত হোৱা ভীষণ ্সংঘর্ষ
প্রেমাস্পদ (বিশেষ্য)
যিজন পুৰুষে প্রেম কৰে
ভেকুলী (বিশেষ্য)
বাৰিষাকালত পুখুৰী, কুঁ্ৱা আদিত দেখা পোৱা আৰু বৰষুণত ওলোৱা এবিধ সৰু উভচৰ প্রাণী