সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : অযোগ্য হোৱা অৱস্থা বা ভাব
উদাহরণ : অযোগ্যতাৰ কাৰণে তেওঁ এই পদটো নাপালে
সমার্থক : অদক্ষতা, অনিপুণতা, অনুপযোগিতা, অনৈপুণ্য, অপটুতা, অযোগ্যতা, অসামর্থ্য
অর্থ : উচিত বা উপযুক্ত নোহোৱা অৱস্থা
উদাহরণ : তেওঁৰ অনুপযুক্ততাৰ প্রতি কোনো মনোযোগ নাথাকে
সমার্থক : অনৌচিত্য
ইনস্টল