অর্থ : বস্তুৰ বা কামৰ অগা-পিছা হোৱা অৱস্থা বা ভাব
উদাহরণ :
পৰস্পৰৰ মাজত চিঠি পঠোৱাৰ ক্রম ভাঙি যাব নালাগে
সমার্থক : ক্রম
অর্থ : ক্রম অনুসাৰে হোৱা অৱস্থা
উদাহরণ :
দোকানবোৰৰ ক্রমানুসাৰিতাই পথটোৰ শোভা বৃদ্ধি কৰিছে
সমার্থক : অনুক্রমিকতা, ক্রমপর্যায়, ক্রমানুসাৰিতা, ক্রমান্বয়তা, ক্রমিকতা, শাৰী