অর্থ : অলপো আঘাত বা ঢাক্কা নলগা
উদাহরণ :
দাঙ্গাত এজন আঘাতহীন যুৱকে আৱশ্যকীয় সকলোকে সহায় কৰি আছিল
সমার্থক : আঘাতহীন
অর্থ : যাৰ ক্ষতি হোৱা নাই বা যি আহত হোৱা নাই
উদাহরণ :
গাড়ী ্ দুর্ঘটনাটোত সৌভাগ্যবশতঃ সকলো মানুহেই অক্ষত অৱস্থাত বাচিল
সমার্থক : অক্ষত, আহত নোহোৱা-, ক্ষতিহীন