সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিজনৰ কোনো সহায় কৰোতা নাই
উদাহরণ : আমি অসহায়জনৰ সহায় কৰা উচিত
সমার্থক : অনাশ্রয়, অসহায়, নিঃসহায়
অর্থ : যিজনক সহায় কৰিবলৈ কোনো নাই
উদাহরণ : সুৰেন্দ্রদেৱে অসহায় লোকক সহায় কৰি থাকে
সমার্থক : অনাথ, অসহায়, আশ্রয়হীন, নিঃসহায়, নিৰাশ্রয়, সম্বলহীন
অর্থ : যিয়ে কʼতো আশ্রয় পোৱা নাই
উদাহরণ : এই সংস্থাটোৱে নিৰাশ্রয়ী লোকক আশ্রয় প্রদান কৰে
সমার্থক : আশ্রয়হীন, নিৰাশ্রয়ী
ইনস্টল