অর্থ : অধ্যয়ন কৰা কোঠা
উদাহরণ :
সুধীৰে পঢ়া-কোঠাত বহি পঢ়ি আছে
সমার্থক : পঢ়া-কোঠা, পঢ়াকোঠা, ষ্টাডি ৰুম
অর্থ : যি ঠাইত বহি পাঠকসকলে কিতাপ, পত্রিকা আদি পঢ়ে
উদাহরণ :
শ্যামে নিজৰ বেছিভাগ সময় অধ্যয়নকক্ষত কিতাপৰ সৈতে পাৰ কৰে
সমার্থক : অধ্যয়নকক্ষ