অর্থ : জড় হোৱা অৱস্থা বা ভাব
উদাহরণ :
জড় পদার্থত ্জড়তা পোৱা যায়
সমার্থক : চেতনহীনতা, চেতনাহীনতা, জড়তা, জড়ত্ব, জীৱনহীনতা
অর্থ : ৰোগ, ভয়, শোক আদিৰ কাৰণে উদয় হোৱা সেই অৱস্থা যʼত প্রাণী সংজ্ঞাহীন হৈ পৰে
উদাহরণ :
মামাৰ মৃত্যুৰ খবৰটো শুনি মামী মূর্চ্ছা গʼল
সমার্থক : বেহুচ, মূচকচ, মূর্চ্ছা, সংজ্ঞাশূন্যতা
অর্থ : চেতনা নোহোৱা অৱস্থা বা ভাব
উদাহরণ :
কুষ্ঠৰোগ হোৱা ছালৰ অংশবোৰত অচেতনতা আহি পৰে
সমার্থক : অচেতনা, চেতনাশূন্যতা, চেতনাহীনতা