অর্থ : ইফাল-সিফাল
উদাহরণ :
পুলিচে কন্দুৱাগেছ এৰাৰ লগে-লগে ভীৰ কৰা জনতা ছিন্ন-ভিন্ন হৈ পৰিল
অর্থ : যিটো ইফালে-সিফালে সিঁচৰতি হৈ আছে
উদাহরণ :
ছেদেলি-ভেদেলি হৈ থকা মানুহবোৰক শ্রেণীবদ্ধ হʼবলৈ কোৱা হʼল
সমার্থক : ছেদেলি-ভেদেলি