সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : খালী বা ৰিক্ত স্থান
উদাহরণ : তেওঁ শূন্যত ঘূৰি আছিল
সমার্থক : শূন্য
অর্থ : মুকলি ঠাইত ওপৰলৈ চালে যি শূন্য মণ্ডল দেখা পোৱা যায়
উদাহরণ : আকাশখন কʼলা ডাৱৰে আৱৰি আছে
সমার্থক : অন্তৰীক্ষ, অভ্র, অম্বৰ, আসমান, খ, গগন, নভ, নভঃ, নভস, নীলিমা, ব্যোম, শূন্য
ইনস্টল