Subscribe
URL of the page has been copied to clipboard.
Meaning : বিশেষকৈ মানুহ আৰু বাহনৰ সমূহ যি প্রদর্শনী আদিত ক্রম অনুসৰি আগবাঢ়ি যায়
Example : পুলিচে অকাৰণতে কুচকাৱাজ দলৰ ওপৰত লাঠীচালনা কৰিলে
Synonyms : কুচকাৱাজ, মার্চ্চ
Meaning : বিশাল জনসমাগমৰ প্রদর্শন
Example : এই সমাবেশত ডাঙৰ ডাঙৰ নেতাই অংশগ্রহণ কৰিছে
Synonyms : জনসভা, সমাবেশ, সমাৱেশ
Install App