Subscribe
URL of the page has been copied to clipboard.
Meaning : ৰেলগাড়ী অহা-যোৱা কৰা পথ
Example : ভাৰতৰ বিভিন্ন চহৰৰ পৰা দিল্লীলৈ পোনপটীয়া ৰেলপথৰ ব্যৱস্থা আছে
Synonyms : ৰেল লাইন, ৰেলৰ আলি
Meaning : ৰেলগাড়ীৰ চকা চলিব পৰা লোহাৰ দীঘল আৰু সমান্তৰাল পাট বিশেষ
Example : আমাৰ চহৰৰ ফালেদি নতুন ছিৰি বহুওৱা হৈছে
Synonyms : ছিৰি, ৰেল পথ, ৰেল লাইন, ৰেলৰ ছিৰি
Install App