Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word ৰেটিনা from অসমীয়া dictionary with examples, synonyms and antonyms.

ৰেটিনা   বিশেষ্য

Meaning : চকুৰ মণিৰ পিছৰ আলোক সুবেদী আৱৰণ বা ত্বক

Example : ৰেটিনাত হেঁচ্া খোৱাৰ ফলত তেওঁৰ ্ সোঁচকুটো অপাৰেচন কৰিব লগা হʼল

Synonyms : অক্ষিপট, চক্ষুপট, দৃষ্টি পটল

Meaning : নেত্রগোলকৰ সকলোতকৈ ভিতৰৰ অংশ বা তৃতীয় স্তৰ যাৰ ওপৰত কোনো বস্তুৰ প্রতিবিম্ব গঠন হয়

Example : ৰেটিনাৰ আগত প্রতিবিম্ব গঠন হʼলে তাক মায়ʼপিয়া বোলা হয়