Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word ৰেজিষ্টাৰ from অসমীয়া dictionary with examples, synonyms and antonyms.

ৰেজিষ্টাৰ   বিশেষ্য

Meaning : পঞ্জী, বহী বা ৰেজিষ্টাৰত লিখা কার্য

Example : অশোক আৰু সাধনাই নিজৰ বিয়াৰ পঞ্জীকৰণ আদালতত গৈ কৰিলে

Synonyms : পঞ্জীকৰণ, পঞ্জীয়ন

Meaning : বিশেষ ধৰণৰ বিৱৰণ বা লেখা লিখিবৰ কাৰণে ব্যৱহাৰ কৰা উকা কাগজৰ বহী বিশেষ

Example : বেংকৰ সঞ্চালকে চকীদাৰজনক ৰেজিষ্টাৰখন আনিবলৈ কʼলে

Synonyms : পঞ্জীয়ন বহী