Subscribe
URL of the page has been copied to clipboard.
Meaning : যি স্ত্রী ৰূপৱতী বা ধুনীয়া
Example : তাত দুগৰাকী ধুনীয়া তিৰোতাই পৰস্পৰে কথা পাতি আছে
Synonyms : ধুনীয়া তিৰোতা, সুন্দৰী ৰমণী
Meaning : দেখিবলৈ সুন্দৰ মহিলা
Example : শীলা এগৰাকী ৰূপৱতী মহিলা
Synonyms : ৰূপময়ী, ৰূপৱতী
Install App