Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word ৰূপ from অসমীয়া dictionary with examples, synonyms and antonyms.

ৰূপ   বিশেষ্য

Meaning : ডিঙিৰ ওপৰৰ সন্মুখফালে থকা অংগ

Example : ৰামৰ মুখখন আনন্দত উজ্জ্বল হৈ পৰিছে

Synonyms : আনন, গঢ়, চেহেৰা, ঠগ, বদন, মুখ

Meaning : * কোনো স্থানিক বিশেষত্ব (বিশেষকৈ যিদৰে ৰূপৰেখাত পৰিভাষিত কৰা হয়)

Example : কোনো গীত আদিৰ সংগীত সম্বন্ধী ৰূপক এজন সংগীতজ্ঞইহে ভালদৰে বুজিব পাৰে

Synonyms : আকৃতি, ৰচনা

Meaning : কোনো কথা, ঘটনা বা বিষয়ৰ কোনো বিশেষ স্থিতি

Example : খং উঠা অৱস্থাত কৰা কাম ভাল নহয়

Synonyms : অৱস্থা, গতি, গতিক, দশা, ধৰণ, ধৰণ-কৰণ, পৰিস্থিতি, হাল, হালত

Meaning : মুদ্রা, গহণা, বাচন আদি তৈয়াৰ কৰা এবিধ বগা উজ্জ্বল ধাতু

Example : তেওঁ ্ ৰূপৰ গহণা পিন্ধিছিল

Synonyms : ৰজত, ৰূপা

Meaning : কোনো বস্তুৰ বাহিৰৰ সেই অংশ যাৰ যোগেদি বস্তুবিধৰ দীঘ, প্রস্থ, প্রকাৰ, গুণাগুণ সম্পর্কে ্ জানিব পাৰি:দ্রৱৰ কোনো নিজা আকাৰ নাই

Example :

Synonyms : আকাৰ, গঠন, গঢ়, মূর্তৰূপ, স্বৰূপ

Meaning : পদ বা শ্্ব্দৰ আটাইতকৈ সৰু একক

Example : ৰূপ দুই প্রকাৰৰ, মুক্ত আৰু বদ্ধ

Meaning : যি এক বিশেষ আকাৰত প্রদর্শিত বা অভিব্যক্ত হয়

Example : কালী দুর্গাৰ এক ৰৌদ্র ৰূপ

Meaning : কোনো নাৰীৰ উৎকৃষ্ট শাৰীৰিক সৌন্দর্য

Example : তেওঁৰ ্ কান্তি নিৰুপম

Synonyms : কান্তি, সৌন্দর্য