Subscribe
URL of the page has been copied to clipboard.
Meaning : ডিঙিৰ ওপৰৰ সন্মুখফালে থকা অংগ
Example : ৰামৰ মুখখন আনন্দত উজ্জ্বল হৈ পৰিছে
Synonyms : আনন, গঢ়, চেহেৰা, ঠগ, বদন, মুখ
Meaning : * কোনো স্থানিক বিশেষত্ব (বিশেষকৈ যিদৰে ৰূপৰেখাত পৰিভাষিত কৰা হয়)
Example : কোনো গীত আদিৰ সংগীত সম্বন্ধী ৰূপক এজন সংগীতজ্ঞইহে ভালদৰে বুজিব পাৰে
Synonyms : আকৃতি, ৰচনা
Meaning : কোনো কথা, ঘটনা বা বিষয়ৰ কোনো বিশেষ স্থিতি
Example : খং উঠা অৱস্থাত কৰা কাম ভাল নহয়
Synonyms : অৱস্থা, গতি, গতিক, দশা, ধৰণ, ধৰণ-কৰণ, পৰিস্থিতি, হাল, হালত
Meaning : মুদ্রা, গহণা, বাচন আদি তৈয়াৰ কৰা এবিধ বগা উজ্জ্বল ধাতু
Example : তেওঁ ্ ৰূপৰ গহণা পিন্ধিছিল
Synonyms : ৰজত, ৰূপা
Meaning : কোনো বস্তুৰ বাহিৰৰ সেই অংশ যাৰ যোগেদি বস্তুবিধৰ দীঘ, প্রস্থ, প্রকাৰ, গুণাগুণ সম্পর্কে ্ জানিব পাৰি:দ্রৱৰ কোনো নিজা আকাৰ নাই
Example :
Synonyms : আকাৰ, গঠন, গঢ়, মূর্তৰূপ, স্বৰূপ
Meaning : পদ বা শ্্ব্দৰ আটাইতকৈ সৰু একক
Example : ৰূপ দুই প্রকাৰৰ, মুক্ত আৰু বদ্ধ
Meaning : যি এক বিশেষ আকাৰত প্রদর্শিত বা অভিব্যক্ত হয়
Example : কালী দুর্গাৰ এক ৰৌদ্র ৰূপ
Meaning : কোনো নাৰীৰ উৎকৃষ্ট শাৰীৰিক সৌন্দর্য
Example : তেওঁৰ ্ কান্তি নিৰুপম
Synonyms : কান্তি, সৌন্দর্য
Install App