Subscribe
URL of the page has been copied to clipboard.
Meaning : ৰুচিৰ অনুকূল বা ভাল লগা
Example : এইয়া মোৰ পচন্দৰ খাদ্য
Synonyms : পচন্দৰ, প্রিয়, ভাল লগা-, মনঃপুত, মনপচন্দ, মনোমত
Meaning : যি ৰুচিৰে ভৰপূৰ
Example : তেওঁৰ ওচৰত ৰুচিসম্পন্ন কাহিনীৰ কিতাপ আছে
Synonyms : ভাল, ৰসাল, ৰুচিসম্পন্ন, ৰোচক
Meaning : ৰুচি উৎপন্ন কৰোঁতা
Example : মোৰ মায়ে ৰুচিকৰ আহাৰ ৰান্ধে
Install App