Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word ৰুক্ষ from অসমীয়া dictionary with examples, synonyms and antonyms.

ৰুক্ষ   বিশেষণ

Meaning : যাৰ ব্যৱহাৰ কঠোৰ বা যি কঠোৰ ব্যৱহাৰ কৰে

Example : আমাৰ প্রধান শিক্ষকজন বৰ ৰুক্ষ, তেওঁ সকলো শিশুৰ লগতে কঠোৰ ব্যৱহাৰ কৰে

Synonyms : কঠোৰ ব্যৱহাৰ, ৰুক্ষ ব্যৱহাৰ

Meaning : যʼত প্রেম বা স্নেহ নাথাকে

Example : তেওঁৰ ৰুক্ষ আমন্ত্রণক মই অস্বীকাৰ কৰিলো

Synonyms : প্রেমহীন, স্নেহৰহিত

Meaning : যাৰ উপৰিভাগ ঠায়ে ঠায়ে ওখ-চাপৰ

Example : বাঢ়ৈয়ে খহটা পাটখনক ৰাণ্ডা মাৰি মিহি কৰিছে

Synonyms : অসমান, খহটা

Meaning : তেল, ঘিঁউ আদি তেলীয়া বস্ত নথকা বা নিমিহলোৱা বস্তু

Example : খেতিয়কজনে প্রসন্নতাৰে শুকান ৰুটি আৰু চাটনি খাই আছে

Synonyms : শুকান