Meaning : কৌশলগত ঢঙেৰে
Example :
কোনো কাম পদ্ধতিগতভাৱে কৰা উচিত
Synonyms : পদ্ধতিগতভাৱে, প্রথানুসাৰে, প্রথানুসৰি, বিধিমতে, যথাবিধি, ৰীতিগতভাৱে
Meaning : পৰম্পৰা পালন কৰি
Example :
মোৰ ঘৰত সকলো উৎসৱ পৰম্পৰানুসৰি উদযাপন কৰা হয়
Synonyms : দস্তুৰমত, দস্তুৰমতে, পৰম্পৰানুসৰি