Subscribe
URL of the page has been copied to clipboard.
Meaning : কাম আদি কৰাৰ বাবে নি্র্ধাৰণ কৰা শৈলী
Example : যদি তুমি এই ঢঙেৰে কাম কৰা তেনেহʼলে পিছত বহুত পস্তাবা
Synonyms : কায়দা, ঢঙ, নিয়ম, পদ্ধতি, বিধি, শৈলী
Meaning : বহুদিনৰ পৰা প্রায় একেদৰেই চলি অহা প্রথা বা বিচাৰ
Example : সকলো সমাজৰে বৈবাহিক পৰম্পৰা বেলেগ বেলেগ
Synonyms : দস্তুৰ, প্রথা, পৰম্পৰা, ৰীতি-নীতি
Install App