Meaning : ব্রাজিলত চলা মুদ্রা
Example :
এক কিলো ব্রাজিল নাট কিমান ৰিয়েলত আহে?
Meaning : ছৌদি আৰবত প্রচলিত মুদ্রা
Example :
জমীলে ছৌদি আৰব ৰিয়েল সলনি কৰি এয়াৰপʼর্টতে ৰুপী বা টকা লৈ লৈছিল
Synonyms : ছৌদি আৰব ৰিয়েল
Meaning : য়েমেন তথা ইৰাণত চলা মুদ্রা
Example :
তেওঁ ৰিয়েলক ভাৰতীয় টকালৈ সলালে
Meaning : ওমানত প্রচলিত মুদ্রা
Example :
তেওঁ ঘৰলে এহেজাৰ ওমানী ৰিয়েল পঠিয়ালে
Synonyms : ওমানী ৰিয়েল
Meaning : কম্বোডিয়াত প্রচলিত মুদ্রা
Example :
এক ইউৰো পাঁচ হাজাৰ দুশ তেইশ ৰিয়েলৰ সমান
Meaning : য়েমেনত প্রচলিত মুদ্রা
Example :
য়েমেনি ৰিয়েলৰ তুলনাত ইৰাণী ৰিয়েলৰ মূল্য অধিক
Synonyms : য়েমেনি ৰিয়েল
Meaning : ইৰাণত প্রচলিত মুদ্রা
Example :
এক ইৰাণয়ান ৰিয়েল ভাৰতীয় বাৰ টকাৰ সমান হয়
Synonyms : ইৰাণিয়ান ৰিয়েল