Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো দেশৰ প্রশাসনীয় দল বা চৰকাৰ
Example : দেশে অতি সোনকালেই কেইখনমান নতুন আঁচনি আৰম্ভ কৰিব
Synonyms : চৰকাৰ, দেশ
Meaning : এখন নির্দিষ্ট সংবিধান মানি চলা বিভিন্ন ৰাজ্য, নগৰ আদি থকা পৃথিৱীৰ এক বিশেষ ভূ-ভাগ
Example : ভাৰতবর্ষ ্মোৰ দেশ দেশতকৈ মোমাই ডাঙৰ নহয়
Synonyms : দেশ
Meaning : কোনো দেশত বাস কৰা লোক
Example : গান্ধীজীৰ মৃত্যুত গোটই দেশে কান্দিছিল
Install App