Subscribe
URL of the page has been copied to clipboard.
Meaning : ক্রান্তিবৃত্তত থকা বাৰটা তৰা সমষ্টিৰ প্রত্যেকটো যি কেইটা হৈছে মেষ, বৃষ, মিথুন, কর্কট, সিংহ, কন্যা, তুলা, মকৰ, কুম্ভ আৰু মীন
Example : মোৰ ৰাশি কন্যা
Meaning : এক, দুই, তিনি আদি সুনির্দিষ্ট বস্তুৰ পৰিমাণ বুজোৱা গাণিতিক সংকেট
Example : এক কোটি বহুত ডাঙৰ সংখ্যা
Synonyms : অংক, অঙ্ক, সংখ্যা
Meaning : একে ধৰণৰ বহুত বস্তুৰ কিছুমান ওখ সমষ্টি
Example : ৰাম আৰু শ্যামৰ মাজত শস্যৰ দʼমৰ ভাগ-বাটোৱাৰা হʼল
Synonyms : গোট, দʼম, সমষ্টি, সমূহ
Install App