Subscribe
URL of the page has been copied to clipboard.
Meaning : ৰজাৰ পত্নী
Example : ৰজা দশৰথৰ তিনিগৰাকী পত্নী আছিল
Synonyms : চুলতানা, পটেছৰী, পটেশ্বৰী, পাটমাদৈ, পাটৰাণী, বেগম, মহাদৈ, মহাৰাণী, মহিষী, মাদৈ, সম্রাজ্ঞী, ৰাজ-ৰাজেশ্বৰী, ৰাজ্ঞী, ৰাণী
Meaning : কোনো সাম্রাজ্যৰ মহিলা শাসক বা অধিকাৰী:ভাৰতৰ ইতিহাসত কোনো প্রসিদ্ধ সম্রাজ্ঞীৰ উল্লেখ পোৱা নাযায়
Example :
Synonyms : চুলতানা, মহিষী, সম্রাজ্ঞী, সাম্রাজ্য অধিকাৰিণী, ৰাজ-ৰাজেশ্বৰী, ৰাজ্ঞী
Install App