Subscribe
URL of the page has been copied to clipboard.
Meaning : ৰজাৰ দৰবাৰ বা সভা
Example : ৰাজসভাত ৰাজ্যৰ সমস্যাবোৰৰ আলোচনা কৰা হʼল
Synonyms : ৰাজ-দৰবাৰ, ৰাজ-সভা, ৰাজসভা
Meaning : যি ঠাইত ৰজা-মহাৰজা আদিয়ে নিজৰ বিষয়ববীয়াসকলৰ লগত একেলগে বহে
Example : ৰজা-মহাৰজাৰ দৰবাৰত কবি, গায়ক আদি উপস্থিত আছিল
Synonyms : দৰবাৰ, ৰাজ-দৰবাৰ
Install App