Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word ৰাইজ from অসমীয়া dictionary with examples, synonyms and antonyms.

ৰাইজ   বিশেষ্য

Meaning : কোনো ৰজাৰ অধীনত বা তেওঁৰ ্ ৰাজ্যত থকা লোক

Example : ৰজা হর্ষবর্দ্ধনৰ ্ ৰাজত্বকালত প্রজা সুখেৰে আছিল

Synonyms : জন, জন-সাধাৰণ, জনসাধাৰণ, প্রজা, পৰজা, মানুহ-দুনুহ, লোক-সাধাৰণ, লোকজন, ৰায়ত

Meaning : মানুহৰ সমষ্টি বা সমূহ

Example : নেতাজীৰ ভাষণ শুনিবলৈ বিশাল ৰাইজ উপচি পৰিল

Synonyms : জনগণ, জনতা, জনসমষ্টি, জনসমাজ, জনসমাবেশ, জনসমুদ্র, জনসমূহ, মানৱসমাজ, লোকসমষ্টি

Meaning : কোনো সাধাৰণ ৰুচি, মহত্ত্ব ৰখা মানৱ সমূদায়

Example : ছাত্রাবাসৰ সূচনা-ফলকত ছাত্রাবাসৰ জনতাৰ বাবে সূচনা লগোৱা আছে পাঠক ৰাইজৰ অনুৰোধ যে পুথি্ভঁ্ৰালত যেন হুলস্থুল নকৰে

Synonyms : জনতা, জনমানস

Meaning : পৃথিৱীত থকা লোক

Example : মহাত্মা গান্ধীক সকলো জনতাই সন্মান কৰে

Synonyms : জগত, জনতা, জনসাধাৰণ, বিশ্ব, লোক, সংসাৰ