Subscribe
URL of the page has been copied to clipboard.
Meaning : কাঁচৰ ৰঙৰ এক খুউব মিহি ধাতু যাৰ পৰমাণু ক্রমাংক পঞ্চাশ
Example : টিং বনাবলৈও বগী তাম ব্যৱহাৰ কৰা হয়
Synonyms : টিন, বগী তাম
Meaning : এবিধ ৰূপালী ৰঙৰ নমনীয় ধাতৱীয় পদার্থ
Example : টিনৰ পৰা বহুতো লাগতিয়াল বস্তু তৈয়াৰ কৰিব পাৰি
Synonyms : টিন
Install App