Meaning : দাইল হিচাপে খোৱা বীজৰ এবিধ মাহজাতীয় গছ
Example :
বালি মাটিত ৰহৰ খেতিৰ বাবে উপযোগী
Synonyms : ৰহৰ মাহ, ৰহৰ মাহৰ গছ
Meaning : এবিধ দাইল হিচাপে খোৱা মাহজাতীয় শস্য
Example :
এই বছৰ ৰহৰ মাহৰ খেতি ভাল হৈছে
Synonyms : ৰহৰ মাহ