Meaning : কোনো বস্তুৰ ৰাসায়নিক প্রয়োগ সম্পর্কে বিচাৰ-বিশ্লেষণ কৰা ঠাই
Example :
আমাৰ বিদ্যালয়ত ভালেমান ৰসায়নাগাৰ আছে, যʼত সদায় কিবা নহয় কিবা বস্তুৰ পৰীক্ষা চলিয়েই থাকে
Synonyms : প্রয়োগশালা, লেব, লেবৰেটৰী
Meaning : কোনো পদার্থৰ ্ৰাসায়নিক তত্ত্বৰ গঠন সম্পর্কে পৰীক্ষা-নিৰীক্ষা কৰা স্থান
Example :
মহাবিদ্যালয়ত ৰসায়নাগাৰ থাকে
Synonyms : ৰসায়নশালা