Subscribe
URL of the page has been copied to clipboard.
Meaning : যʼত ৰস নাই
Example : শুকান ফল নিৰস
Synonyms : নিৰস, শুকান
Meaning : যিটো ৰুচিপূর্ণ নহয়
Example : এইটো আপোনাৰ কাৰণে অৰুচিকৰ কাহিনী হৈছে যদিও মই ইয়াত আনন্দ পাইছোঁ
Synonyms : অসাৰ, অৰুচিকৰ, নীৰস, ৰুচিহীন
Meaning : যি ৰসিক নহয়
Example : তুমি ইমান বেৰসিক ধৰণৰ মানুহ যে তোমাৰ লগত ধেমালি কৰাৰ কোনো অর্থ ্নাই
Synonyms : নিৰস, বেৰসিক
Install App