Subscribe
URL of the page has been copied to clipboard.
Meaning : জীৱদেহৰ ছালৰ ক্ষুদ্র ৰন্ধ্র, যʼৰপৰা ঘাম আদি ওলায়
Example : প্রতিদিনে গা-পা ধোৱাৰ সময়ত ৰোমকূপ ভালদৰে চাফা কৰা উচিত
Synonyms : কূপ, লোমকূপ, ৰোমকূপ
Meaning : কোনো ঠাইৰ মাজৰ খালী অংশ
Example : সাপটো ফুটাটোৱেদি কোঠাটোত সোমাল
Synonyms : ছিদ্র, জলা, ফুটা, বিন্ধা
Install App