Meaning : ষড়যন্ত্র আদিৰ ৰূপৰেখা তৈয়াৰ কৰা
Example :
দুর্যোধনে পাণ্ডৱৰ বিৰুদ্ধে ষড়যন্ত্র ৰচিলে
Meaning : কোনো বস্তু সাজি তৈয়াৰ কৰা বা ৰচা কার্য
Example :
মই আজি এটা নতুন কবিতা সৃষ্টি কৰিলোঁ
Synonyms : সৃজন কৰা, সৃষ্টি কৰা