Subscribe
URL of the page has been copied to clipboard.
Meaning : অলপ ৰঙা আভাৰে যুক্ত হৈ থকা
Example : তেওঁ ৰঙচুৱা কাপোৰ পিন্ধি আছিল
Meaning : ৰঙা হোৱাৰ ভাব বা তেজৰঙা বৰণৰ
Example : এই ফলটো পকিলে ৰঙচুৱা ৰঙৰ হৈ পৰে
Synonyms : আৰক্ত, ৰক্তিম
Install App