Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word ৰগৰ from অসমীয়া dictionary with examples, synonyms and antonyms.

ৰগৰ   বিশেষ্য

Meaning : কোনো প্রিয় বা অভিষ্ট বস্তু পোৱাৰ পিছত অথবা কোনো ভাল বা শুভ কাম হোৱাৰ পিছত মনত ওপজা ভাব বা অৱস্থা:তেওঁৰ জীৱনটো আনন্দৰেই চলি আছে

Example :

Synonyms : আনন্দ, আহ্লাদ, উচল-পাচল, উলাহ, উলাহ-বিলাহ, উল্লাস, খুচ, খুছ, তামাচা, পুলক, প্রফুল্লতা, প্রসন্নতা, লাহ-বিলাহ, স্ফূর্টি, স্ফূর্টি-তামাচা, হর্ষ, হৰষ-দৰষ, হৰিষ, ৰং, ৰং-তামাচা

Meaning : মনত আনন্দ দিয়া কথা বা কাম

Example : মোৰ লগত ধেমালি নকৰিবা

Synonyms : ধেমালি, বিনোদন, ্হাঁহি-ধেমালি, ৰং-ধেমালি, ৰং-ৰহইচ