Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word ৰখা from অসমীয়া dictionary with examples, synonyms and antonyms.

ৰখা   ক্ৰিয়া

Meaning : নিজৰ অধিকাৰলৈ বা ৰক্ষা কৰিবলৈ অনা কার্য

Example : চুবুৰীয়াৰ গহণাবোৰ মোৰ ঠাইতে ৰাখিছো তেওঁ এজনী গাইগৰু ৰাখিছে

Meaning : স্থিত কৰা

Example : চন্দুকত বহুমূল্যবান বস্তুবোৰক চম্ভালি ৰখা হয়

Meaning : * কোনো বিশেষ উদ্দেশ্য বা ব্যৱহাৰৰ বাবে বেলেগকৈ ৰখা

Example : এই সামগ্রী পূজাৰ বাবে ৰখা হৈছে এই স্থান এক ধর্মীয় সংস্থাৰ বাবে সমর্পিত কৰা হৈছে

Synonyms : সমর্পিত কৰা

Meaning : প্রস্থান নকৰা বা আগুৱাই নোযোৱা:পথ অৱৰোধ হৈ থকাৰ কাৰণে আমি এঘণ্টা ধৰি তাত ৰৈ থাকিবলগীয়া হʼল

Example :

Synonyms : ৰৈ থকা

Meaning : কাৰোবাৰ কাৰণে ঠাই সুৰক্ষিত কৰা

Example : নাটক চাবৰ কাৰণে তেওঁ ্মোলৈ আসন ৰাখিলে

Meaning : গতিত বাধাৰ উৎপন্ন হোৱা কার্য

Example : মোৰ চলন্ত মটৰ চাইকেলখন হঠাৎ ৰৈ গʼল

Synonyms : আটক কৰা, গতিৰুদ্ধ হোৱা, বন্ধ হোৱা, ৰৈ যোৱা

Meaning : প্রস্তুত কৰা

Example : তেখেতে নিজৰ চিন্তাধাৰা সভাত ৰাখিলে

Meaning : বেয়া হʼবলৈ নিদিয়া

Example : আচাৰক তেলত ডুবাই ৰাখি বহুদিনলৈকে ৰাখিব পাৰি

Synonyms : থোৱা

Meaning : কোনো ধৰণৰ জ্ঞান, গুণ আদি মনত ধাৰণ কৰা কার্য

Example : তেওঁ বিজ্ঞানৰ বিষয়ৰ বহুত খবৰ ৰাখে

Meaning : কোনো ঠাইত বা বস্তু আদিত থকা বস্তু আদিক কোনো অন্য ঠাই বা বস্তু আদিত

Example : এই কলহটোৰ পানীখিনি আন এটা কলহত ঢালি দিয়া

Synonyms : ঢলা, থোৱা, বকা