Subscribe
URL of the page has been copied to clipboard.
Meaning : ৰক্ত বর্ণৰ
Example : ৰামৰ হাতত এখন ৰঙা ৰুমাল আছিল
Synonyms : তেজাল, লাল, ৰঙা
Meaning : তেজ বৰণৰ
Example : পুৱাৰ সূর্য ্লোহিত ্বর্ণৰ হয়
Synonyms : তেজৰঙী, লোহিত, ্ৰক্তবর্ণী, ৰক্তাভ
Meaning : ৰঙা হোৱাৰ ভাব বা তেজৰঙা বৰণৰ
Example : এই ফলটো পকিলে ৰঙচুৱা ৰঙৰ হৈ পৰে
Synonyms : আৰক্ত, ৰঙচুৱা
Install App