Meaning : ৰং লগোৱা
Example :
মজদুৰে দেৱালত ৰং কৰি আছে
Meaning : চিত্র আদিত ৰং দিয়া কার্য
Example :
আমটোৰ সেউজীয়া ৰং কৰা
Meaning : * ৰঙেৰে ৰঙীন কৰা
Example :
ৰং কৰা টেবুলখন ঘৰত থৈ দিয়া
Synonyms : ৰং দিয়া, ৰং বুলাই থোৱা, ৰঙীন