Meaning : আশীৰ লগত তিনি যোগ কৰিলে পোৱা সংখ্যা
Example :
তিৰাশীক তিনিৰে বিভাজিত কৰিব পৰা নাযায়
Synonyms : তিৰাশী
Meaning : আশী আৰু তিনি
Example :
এই প্রতিযোগিতাত তিৰাশীজন প্রতিযোগীয়ে অংশগ্রহণ কৰিছে
Synonyms : চাৰিকুৰি তিনি, তিৰাশীজন